নিউজ ডেক্স, ১০ অক্টোবৰঃ- ৫ অক্টোবৰৰ পৰা ভাৰতত আৰম্ভ হৈছে বিশ্বকাপ ক্ৰিকেট ২০২৩ ৰ মুল মহাৰণ । এতিয়ালৈ কোন দল কাৰ লগত জিকিলে তাৰ সবিশেষ তলত উল্লেখ কৰা হ’ল।
5 Oct / 2023
1st Match : England vs New Zealand
Eng 282/9 (50)
NZ 283/1 (36.2)
প্ৰথম খেলখনত নিউজেলেণ্ড ৯ উইকেটত জয়ী হৈছে ।
6 Oct / 2023
2nd Match : Pakistan vs Netherlands
Pak 286/10 (49)
NZ 205/10 (41)
দ্বিতীয় খেলখনত পাকিস্তান ৮১ ৰানত জয়ী হৈছে।
7 Oct / 2023
3rd Match : Afghanistan vs Bangladesh
AFG 156/10 (37.2)
BAN 158/4 (34.4)
তৃতীয় খেলখনত বাংলাদেশ ৬ উইকেটত জয়ী হৈছে।
7 Oct / 2023
4th Match : South Africa vs Sri Lanka
RSA 428/5 (50)
SL 326/10 (44.5)
চতুৰ্থ খেলখনত দক্ষিণ আফ্ৰিকা ১০২ ৰানত জয়ী হৈছে।
8 Oct / 2023
5th Match : India vs Australia
AUS 199/10 (49.3)
IND 201/4 (41.2)
পঞ্চম খেলখনত ভাৰত ৬ উইকেটত জয়ী হৈছে।
9 Oct / 2023
6th Match : New Zealand vs Netherlands
NZ 322/7 (50)
BAN 226/10 (46.3)
ষষ্ট খেলখনত নিউজেলেণ্ড ৯৯ ৰানত জয়ী হৈছে। এতিয়ালৈ নিউজেলেণ্ড আৰু নেদাৰলেণ্ড দুখনকৈ খেল খেলিছে। ইয়াৰে নিউজেলেণ্ড দুয়োখন খেলত জয়ী হৈ বিশ্বকাপৰ পয়েণ্ট তালিকাত প্ৰথম স্থান দখল কৰাৰ বিপৰীতে নেদাৰলেণ্ড দল দুখন খেলতে পৰাস্ত হৈছে।