Sunday, September 8, 2024
Google search engine
গৃহক্ৰীড়াবিশ্বকাপ ক্ৰিকেট ২০২৩ । জানো আহক কোন দল কাৰ লগত জিকিলে

বিশ্বকাপ ক্ৰিকেট ২০২৩ । জানো আহক কোন দল কাৰ লগত জিকিলে

নিউজ ডেক্স, ১০ অক্টোবৰঃ- ৫ অক্টোবৰৰ পৰা ভাৰতত আৰম্ভ হৈছে বিশ্বকাপ ক্ৰিকেট ২০২৩ ৰ মুল মহাৰণ । এতিয়ালৈ কোন দল কাৰ লগত জিকিলে তাৰ সবিশেষ তলত উল্লেখ কৰা হ’ল।

5 Oct / 2023

1st Match : England vs New Zealand

Eng 282/9 (50)

NZ 283/1 (36.2)

প্ৰথম খেলখনত নিউজেলেণ্ড ৯ উইকেটত জয়ী হৈছে ।

6 Oct / 2023

2nd Match : Pakistan vs Netherlands

Pak 286/10 (49)

NZ 205/10 (41)

দ্বিতীয় খেলখনত পাকিস্তান ৮১ ৰানত জয়ী হৈছে।

7 Oct / 2023

3rd Match : Afghanistan vs Bangladesh

AFG 156/10 (37.2)

BAN 158/4 (34.4)

তৃতীয় খেলখনত বাংলাদেশ ৬ উইকেটত জয়ী হৈছে।

7 Oct / 2023

4th Match : South Africa vs Sri Lanka

RSA 428/5 (50)

SL 326/10 (44.5)

চতুৰ্থ  খেলখনত দক্ষিণ আফ্ৰিকা ১০২ ৰানত জয়ী হৈছে।

8 Oct / 2023

5th Match : India vs Australia

AUS 199/10 (49.3)

IND 201/4 (41.2)

পঞ্চম খেলখনত ভাৰত ৬ উইকেটত জয়ী হৈছে।

9 Oct / 2023

6th Match : New Zealand vs Netherlands

NZ 322/7 (50)

BAN 226/10 (46.3)

ষষ্ট খেলখনত নিউজেলেণ্ড ৯৯ ৰানত জয়ী হৈছে। এতিয়ালৈ নিউজেলেণ্ড আৰু নেদাৰলেণ্ড দুখনকৈ খেল খেলিছে। ইয়াৰে নিউজেলেণ্ড দুয়োখন খেলত জয়ী হৈ বিশ্বকাপৰ পয়েণ্ট তালিকাত প্ৰথম স্থান দখল কৰাৰ বিপৰীতে নেদাৰলেণ্ড দল দুখন খেলতে পৰাস্ত হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments