Sunday, September 8, 2024
Google search engine
গৃহক্ৰীড়াকাইলৈ এইচ পি এল ছিজন-২ ৰ ফাইনেল । জ্ঞান বিকাশ একাডেমীৰ মুখামুখি...

কাইলৈ এইচ পি এল ছিজন-২ ৰ ফাইনেল । জ্ঞান বিকাশ একাডেমীৰ মুখামুখি হব বিজেওৱাইএম

হাটশিঙিমাৰী জিলা প্ৰশাসনৰ সহযোগত জিলা ক্ৰীড়া সন্থাই আয়োজন কৰা এইচ পি এল ছিজন-২ ৰ ফাইনেল খেলখন কাইলৈ সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত কৰা হব। চুড়ান্ত খেলখনত হাটশিঙিমাৰী জ্ঞান বিকাশ একাডেমীৰ মুখামুখী হব হাটশিঙিমাৰী বিজেপিৰ যুৱ মৰ্চা দল ক্ৰিকেট দল। টুৰ্ণামেণ্ট খনত মুঠ ৩২ টা দলে অংশগ্ৰহন কৰিছিল। নক আউট পৰ্যায়ৰ টুৰ্ণামেণ্ট খনৰ চুৰান্ত বিজয়ী দলক এটা ট্ৰফী সহ নগত ১ লাখ ১১ হেজাৰ ১১১ টকা প্ৰদান কৰা হব । আনহাতে ৰানাৰ্চ আপ দলক ট্ৰফী সহ নগত ৫১ হেজাৰ টকা প্ৰদান কৰা হব বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments