Sunday, September 8, 2024
Google search engine
গৃহক্ৰীড়াএইচ পি এলৰ ফাইনেল হ'ব ৯ এপ্ৰিলত

এইচ পি এলৰ ফাইনেল হ’ব ৯ এপ্ৰিলত

হাটশিঙিমাৰী জিলা প্ৰশাসনৰ সহযোগত জিলা ক্ৰীড়া সন্থাই আয়োজন কৰা হাটশিঙিমাৰী প্ৰিমিয়াম লীগ চমুকৈ এইচ পি এলৰ ছিজন-2 ৰ চুৰান্ত খেলখন অহা ৯ মে তাৰিখে সন্ধিয়া ৭ বজাত অনুষ্ঠিত কৰা হব। চুৰান্ত খেলখনত হাটশিঙিমাৰী জ্ঞান বিকাশ একাডেমী আৰু হাটশিঙিমাৰী জিলা বিজেপিৰ যুৱ মৰ্চা ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হব। এইচ পি এলকত মুঠ ৩২ টা দল অংশগ্ৰহন কৰিছিল। চুৰান্ত খেলত জয়ী হোৱা দলটোক ট্ৰফী সহ নগদ ১ লাখ ১১ হেজাৰ ১১১ টকা প্ৰদান কৰা হব। একেদৰে ৰানাৰ্চ আপ দলক ৫১ হেজাৰ টকা প্ৰদান কৰা হব। হাটশিঙিমাৰী জিলা উপায়ুক্ত বিদ্যুত বিকাশ ভাগৱতী এইচ পি এল পৰিচালনা সমিতিৰ সভাপতি।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments