Sunday, September 8, 2024
Google search engine
গৃহক্ৰীড়াকাইলৈৰ পৰা HPL ৰ ছেমি ফাইনেল

কাইলৈৰ পৰা HPL ৰ ছেমি ফাইনেল

কাইলৈৰ পৰা আৰম্ভ হ’ব হাটশিঙিমাৰী প্ৰিমিয়াম লীগৰ ছেমি ফাইনেল। মুঠ ৩২ টা দল অংশগ্ৰহন কৰা টুৰ্ণামেণ্ট খনত হাটশিঙিমাৰী জ্ঞান বিকাশ একাডেমী, দাফাদাৰপাৰা নাইন ষ্টাৰ, ডমিনেটৰ্চ এফ চি আৰু বি জে ওৱাই এম ক্ৰিকেট দল ছেমি ফাইনেলত প্ৰবেশ কৰিছে। ২৩ এপ্ৰিল সন্ধিয়া ৭.৩০ বজাত জ্ঞান বিকাশ একাডেমী আৰু দাফাদাৰপাৰা নাইন ষ্টাৰৰ মাজত প্ৰথম ছেমি ফাইনেল অনুষ্ঠিত কৰা হব। একেদৰে ২৪ এপ্ৰিলত বি জে ওৱাই এম আৰু ডমিনেটৰ্চ এফচিৰ মাজত দ্বিতীয় ছেমি ফাইনেল অনুষ্ঠিত কৰা হব। এইচ পি এল টুৰ্মামেণ্টৰ চুড়ান্ত খেলৰ সময়সূচী এতিয়ালৈ নিৰ্ধাৰণ কৰা হোৱা নাই।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments