Friday, July 26, 2024
Google search engine
গৃহউত্তৰ-পূবৰাঙাপানীত চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ

ৰাঙাপানীত চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ

অসম-মেঘালয় সীমান্তৱৰ্তী ৰাঙাপানীত আজি পুৱাৰ ভাগত চিপ লোৱা অৱস্থাত এজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। ৰহস্যজনক ভাবে উদ্ধাৰ হোৱা মৃতদেহটি মেঘালয় আৰক্ষীয়ে উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে তুৰালৈ প্ৰেৰণ কৰিছে। ইদৰ দিনা পুৱাৰ ভাগত এইদৰে লোকজনৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই আঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাক লৈ মেঘালয় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments