Saturday, July 27, 2024
Google search engine
গৃহদেশ-বিদেশঈদৰ বাবে BSF-BGB ৰ মাজত মিঠাই আদান-প্ৰদান

ঈদৰ বাবে BSF-BGB ৰ মাজত মিঠাই আদান-প্ৰদান

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত আজি BSF আৰু BGB মাজত মিঠাই আদান প্ৰদান কৰা হয়। ইদ উপলক্ষে উভয় দেশৰ সীমান্ত সুৰক্ষা বাহিনীয়ে ফ্লেগ মিটিঙৰ জৰিয়তে মিঠাই আদান-প্ৰদান কৰে। ইদৰ সময়ত সীমান্তত যাতে কোনো অপৰাধ সংঘটিত নহয় তাৰ প্ৰতি চোকা দৃষ্টি দিবলৈ দুই দেশৰ সুৰক্ষা বাহিনীয়ে কালিও মিঠা আদান-প্ৰদান কৰি ফ্লেগ মিটিং অনুষ্ঠিত কৰিছিল।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments