Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়সুখচৰত পথ দূৰ্ঘটনা

সুখচৰত পথ দূৰ্ঘটনা

হাটশিঙিমাৰীৰ সুখচৰ এলেকাত আজি এটা শিলভৰ্তি মহিন্দ্ৰা পিক আপ ভেন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে। এম এল 08 ডি 3654 নম্বৰৰ পিক আপ ভেন খন চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰৰ পৰা শিল ভৰ্তি কৰি সুখচৰ অভিমুখে দ্ৰুত গতিত গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষত বাগৰি পৰে। বাহনখন দূৰ্ঘটনাগ্ৰস্থ হোৱাৰ পাচত চালক আৰু হেন্ডিমেন পলায়ন কৰিছে। আৰক্ষীয়ে বাহনখন জব্দ কৰিছে বুলি জানিব পৰা গৈছে। লক্ষণীয় যে জিলাখনত মহিন্দ্ৰা পিক আপ, টেম্পু আৰু একাংশ মটৰ চাইকেল চালকে পৰিবহন বিভাগৰ কোনো নীতি নিয়ম নমনাকৈ নিজৰ ইচ্ছা মতে চলাচল কৰাত সঘনে দূৰ্ঘটনাগ্ৰস্থ হোৱা পৰিলক্ষিত হৈছে। ৰহস্যজনক ভাবে হাটশিঙিমাৰী জিলা পৰিবহন বিভাগে এনে চালকক নাকি লগোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments