0
38

টাটা মটৰ্চৰ হাটশিঙিমাৰী অভিজিত অটো এজেঞ্চিত আজি মেঘা ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হয়। যোৱা প্ৰায় তিনি মাহ পূৰ্বে হাটশিঙিমাৰীত নতুনকৈ মুকলি কৰা এজেঞ্চি খনত আজি শতাধিক লোকক লৈ সমূহীয়া ইফতাৰৰ আয়োজন কৰা হয়। হাটশিঙিমাৰীৰ এই টাটা এজেঞ্চি খনৰ পৰা টাটা মটৰ্চৰ সকলো প্ৰকাৰৰ বাহন গ্ৰাহকে ক্ৰয় কৰাৰ সুবিধা প্ৰদান কৰা হৈছে।