Saturday, September 14, 2024
Google search engine
গৃহক্ৰীড়াএইচ পি এলৰ পঞ্চম প্ৰি কোৱাৰ্টাৰাত ফেকামাৰীৰ শোচনীয় পৰায়জ

এইচ পি এলৰ পঞ্চম প্ৰি কোৱাৰ্টাৰাত ফেকামাৰীৰ শোচনীয় পৰায়জ

হাটশিঙিমাৰী প্ৰিমিয়াম লীগৰ চতুৰ্থ প্ৰি কোৱাৰ্টাৰ খেলখন গ্লোবেল আৰু ঠাকুৰানবাৰী দলৰ মাজত অনুষ্ঠিত হৈছে। খেলখনত গ্লোবেল ইচুকেশ্বন দলে ১ ৰানত জয়ী হৈছে। একেদৰে পঞ্চম কোৱাৰ্টাৰ খেল কালি এম্বুলেঞ্চ-11 ষ্টাৰ আৰু পুৰাণদিয়াৰৰ মাজত অনুষ্ঠিত হৈছে। এি খেলখনত এম্বুলেঞ্চ-11 ৩ ৰানত জয়ী হৈছে। টুৰ্ণামেণ্টৰ আজি ৫ম প্ৰি কোৱাৰ্টাৰ খেলখন ফেকামাৰী আঞ্চলিক জি এম আৰু বি.জে.ওৱাই এম দলৰ মাজত অনুষ্ঠিত হৈ আছে। খেলখনত ফেকামাৰী আঞ্চলিক দল প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ১০ অভাৰত ৪ উইকেটৰ বিনিময় ৮৪ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত বিজেওৱাইএম ৭.৫ অভাৰত তিনি উইকেট হেৰুৱাই ফেকামাৰী আঞ্চলিক দলক শোচনীয় ভাবে পৰাস্ত কৰে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments