Saturday, February 28, 2026
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰী বহাগী মেলা

হাটশিঙিমাৰী বহাগী মেলা

১০ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক খেল পথাৰত অসমী বহাগী মেলা আৰম্ভ হৈছে। কালি জিলা উপায়ুক্ত বিদ্যুত বিকাশ ভাগৱতীয়ে মেলাৰ শুভ উদ্ধোধন কৰিছে। অহা ১২ এপ্ৰিলত এই বহাগী মেলাৰ সামৰণি পৰিব। দক্ষিণ শালমাৰা-মানকাচৰ জিলা অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান উদ্যোগত অনুষ্ঠিত হৈছে এই বহাগী মেলা।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments