Sunday, September 15, 2024
Google search engine
গৃহক্ৰীড়াকাইলৈ এইচ পি এলৰ প্ৰথম প্ৰি কোৱাৰ্টাৰ

কাইলৈ এইচ পি এলৰ প্ৰথম প্ৰি কোৱাৰ্টাৰ

হাটশিঙিমাৰী প্ৰিমিয়াম লীগ চমুকৈ এইচ পি এলৰ প্ৰথমখন প্ৰী কোৱাৰ্টাৰ খেল কাইলৈ সন্ধিয়া ৯ বজাত অনুষ্ঠিত কৰা হব। প্ৰথমখন খেল Pecharkandi Tigers আৰু Super Striker Santipur দলৰ মাজত অনুষ্ঠিত হব। কাইলৈৰ পৰা ১৩ এপ্ৰিললৈ মুঠ ১৬ টা দলৰ মাজত ৮ টা প্ৰি কোৱাৰ্টাৰ খেল অনুষ্ঠিত কৰা হব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments