Friday, October 18, 2024
Google search engine
গৃহUncategorizedহাটশিঙিমাৰীত আয়ুসমান কাৰ্ড প্ৰস্তুতৰ বিশেষ সভা

হাটশিঙিমাৰীত আয়ুসমান কাৰ্ড প্ৰস্তুতৰ বিশেষ সভা

ৰেচন কাৰ্ডত নাম থকা প্ৰতিগৰাকী হিতাধিকাৰীক আয়ুসমান কাৰ্ড প্ৰস্তুত কৰি দিয়াৰ বাবে আজি হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত জিলা প্ৰশাসন আৰু সমবায় সমিতিৰ ডিলাৰ সকলৰ মাজত এক বিশেষ সভা অনুষ্ঠিত কৰা হয়। এই সভাখনত জিলা উপায়ুক্ত বিদ্যুত বিকাশ ভাগৱতী, জিলা অতিৰিক্ত উপায়ুক্ত বনি ইনাম শ্বাদ্দাব, মহকুমা খাদ্য আৰু অসামৰকি যোগান বিভাগ এ ডিএছৰ দায়িত্বত থকা বিষয়া ভিবাস মেধীৰ লগতে ৪ শতাধিক সমবায় সমিতিৰ ডিলাৰ উপস্থিত আছিল। ৰেচন কাৰ্ডত নাম থকা কোনো ব্যক্তিৰ নাম যাতে আয়ুসমান কাৰ্ড প্ৰস্তুত কৰাত বাদ নপৰে তাৰ প্ৰতি সমবাস সমিতিৰ ডিলাৰ সকলে গুৰুত্ব দিব লাগে বুলি উপায়ুক্ত গৰাকীয়ে ডিলাৰ সকলক আহ্বান জনাইছে।   

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments