Friday, October 18, 2024
Google search engine
গৃহস্থানীয়জলসম্পদ বিভাগে পৰিদৰ্শন কৰিলে ফকিৰগঞ্জ খহনীয়া প্ৰতিৰোধৰ কাম

জলসম্পদ বিভাগে পৰিদৰ্শন কৰিলে ফকিৰগঞ্জ খহনীয়া প্ৰতিৰোধৰ কাম

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত জলসম্পদ বিভাগৰ অধীনত চলি থকা গৰাখহনীয়া প্ৰতিৰোধৰ কাম আজি ধুবুৰী জিলা জলসম্পদ বিভাগৰ এ.চি পতুল পাটোৱাৰী পৰিদৰ্শন কৰে। বাৰিষৰা পূৰ্বে দ্ৰুত গতিত খহনীয়াৰ প্ৰতিৰোধৰ কাম চলাই নিয়াৰ বাবে জলসম্পদ বিভাগৰ বিষয়া জনে ঠিকাদাৰক আহ্বান জনায়। লক্ষণীয় যে কামৰ দায়িত্ব লাভ কৰা ঠিকাদাৰজনে নিজৰ ইচ্চামতে কাম কৰি যোৱাৰ ফলত স্থানীয় ৰাইজে জলসম্পদ বিভাগক কাম পৰিদৰ্শন কৰিবলৈ দাবী জনোৱাৰ পাচত বিষয়া জনে আজি কাম পৰিদৰ্শন কৰে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments