Saturday, February 14, 2026
Google search engine
গৃহক্ৰীড়াএইচ পি এলত মলাখোৱাৰ হাতত পৰাস্ত সাদুল্যাবাৰী

এইচ পি এলত মলাখোৱাৰ হাতত পৰাস্ত সাদুল্যাবাৰী

হাটশিঙিমাৰী প্ৰিমিয়াম লীগৰ ১০ নম্বৰ খেলখন কালি সন্ধিয়া ৯.৩০ বজাত Game Chenger Molakhowa আৰু  Sadullabari Young Start ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হৈছে। এই খেলখনত Game Chenger Molakhowa ক্ৰিকেট দল প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ১০ অভাৰত ৬ উইকেট হেৰুৱাই ১০৫ ৰান সংগ্ৰহ কৰে। প্ৰত্তুত্তৰত Sadullabari Young Start ক্ৰিকেট দল মাত্ৰ ৭ অভাৰ ২ বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৩৬ ৰান সংগ্ৰহ কৰি শোচনীয় ভাবে পৰাস্ত হয় । খেলখনত নালুক  মেন অফ দ্যা মেচ দিয়া । আজি টুৰ্মামেণ্টৰ ১১ নম্বৰ খেলখন কলেজ নগৰ হাটশিঙিমাৰী আৰু  Thakuranbari sharks ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হৈ আছে। আজিৰ খেলত কলেজ নগৰ হাটশিঙিমাৰী টচত জয়ী হৈ প্ৰথমে বেটিং কৰি থকা পৰিলক্ষিত হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments