Saturday, September 14, 2024
Google search engine
গৃহক্ৰীড়াএইচ পি এলত দাফাদাৰপাৰাৰ হাতত পৰাস্ত হেলিডেগঞ্জ

এইচ পি এলত দাফাদাৰপাৰাৰ হাতত পৰাস্ত হেলিডেগঞ্জ

হাটশিঙিমাৰী প্ৰিমিয়াম লীগৰ ৮ নম্বৰ খেলখন কালি সন্ধিয়া ৯.৩০ বজাত Dafadarpara Nine Star আৰু  HSSCA Youth ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হৈছে। এই খেলখনত দাফাদাৰপাৰা দল প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ১০ অভাৰত ৫ উইকেট হেৰুৱাই ১২১ ৰান সংগ্ৰহ কৰে। প্ৰত্তুত্তৰত HSSCA Youth ক্ৰিকেট দল ৯ অভাৰ আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৪৬ ৰান সংগ্ৰহ ৭৫ ৰানত শোচনীয় ভাবে পৰাস্ত হয়। খেলখনত দাফাদাৰপাৰা দলৰ ষ্টেফৰ্ট মাৰাক প্ৰথমে বেটিং কৰি মাত্ৰ ৩৩ বলত ৭৮ ৰান সংগ্ৰহ কৰি তেও মেন অফ দ্যা মেচ লাভ কৰে। আজি টুৰ্মামেণ্টৰ ৯ নম্বৰ খেলখন হাটশিঙিমাৰী Red & White Health & Education Co-operative Society Ltd আৰু মেঘালয়ৰ লালমাটিৰ M/S Square Feet ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হৈ আছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments