Tuesday, September 17, 2024
Google search engine
গৃহক্ৰীড়াএইচ পি এলত পেচাৰকান্দিৰ হাতত পৰাস্ত কালাপানী

এইচ পি এলত পেচাৰকান্দিৰ হাতত পৰাস্ত কালাপানী

কালি সন্ধিয়া ৯ বজাত হাটশিঙিমাৰী প্ৰিমিয়াম লীগৰ ৭ নম্বৰ খেলখন পাৱাৰ হিটাৰ কালাপানী ক্ৰিকেট দল আৰু পেচাৰকান্দি ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয়। খেলখনত পাৱাৰ হিটাৰ কালাপানী দল নিৰ্ধাৰিত ১০ অভাৰত ৭ উইকেট হেৰুৱাই ৫২ ৰান সংগ্ৰহ কৰে। প্ৰত্তুত্তৰ পেচাৰকান্দি দল ৫ অভাৰ ৫ বলত মাত্ৰ এটা উইকেট হেৰুৱাই জয়লাভ কৰে। আজি লীগখনৰ অষ্টম সংখ্যক খেলখন নিশা ৯ বজাৰ দাফাদাৰপাৰা নাইন ষ্টাৰ আৰু HSSCA YOUTH  দলৰ মাজত চলি থকা পৰিলক্ষিত হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments