Thursday, July 25, 2024
Google search engine
গৃহক্ৰীড়াকাইলৈ হাটশিঙিমাৰী জিলা ছুপাৰ লীগৰ দ্বিতীয় ছেমি ফাইনেল

কাইলৈ হাটশিঙিমাৰী জিলা ছুপাৰ লীগৰ দ্বিতীয় ছেমি ফাইনেল

হাটশিঙিমাৰী জিলা ছুপাৰ লীগৰ দ্বিতীয়খন ছেমিফাইনেল খেল কাইলৈ দিনৰ ২ বজাত অনুষ্ঠিত কৰা হব। শান্তিপুৰ ই আৰ ক্লাব আৰু ভূৰাকাটা ছেভেন ব্ৰাদাৰ্ছ দলৰ মাজত অনুষ্ঠিত হব এই দ্বিতীয় ছেমি ফাইনেল। ইতিমধ্যে ছেল্লাকান্দি ফুটবল দল টুৰ্ণামেণ্টৰ ফাইনেলত প্ৰবেশ কৰিছে। উল্লেখযোগ্য যে, বিগত প্ৰায় ২ মাহ ধৰি হাটশিঙিমাৰীৰ মানিক সৰকাৰ হাই স্কুল খেল পথাৰত জিলা ছুপাৰ লীগ ফুটবল টুৰ্ণামেণ্টখন অনুষ্ঠিত হৈ আহিছে। টুৰ্ণামেণ্টত মুঠ অসম তথা মেঘালয়ৰ ৩২ খন দলে অংশগ্ৰহন কৰিছিল। এই টুৰ্ণামেণ্টত আই এছ এলৰ লগতে নাইজেৰীয়াৰ খেলুৱৈ সকলেও একাংশ দলৰ হৈ প্ৰতিযোগিতাত নামিছিল। জিলা ছুপাৰ লীগৰ খেল সমূহ প্ৰতিদিনে হেজাৰ হেজাৰ খেলপ্ৰেমী দৰ্শকৰ সমগম হয়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments