Saturday, February 28, 2026
Google search engine
গৃহক্ৰীড়ামানকাচৰ কাবাডী খেলত পেচাৰকান্দিৰ জয়লাভ

মানকাচৰ কাবাডী খেলত পেচাৰকান্দিৰ জয়লাভ

মানকাচৰৰ কাউৱাহাগী গাঁৱত অনুষ্ঠিত হৈ থকা হৈ গুদু খেলৰ  তৃতীয়খন খেল সোমবাৰে পেচাৰকান্দি আৰু আৰাটগ্ৰাম দলৰ মাজত অনুষ্ঠিত কৰা হৈছে। তৃতীয়খন খেলত পেচাৰকান্দি গাঁও ৫ গেমত জয়লাভ কৰাৰ লগতে আৰাটগ্ৰাম গাঁও ১ গেম জয়লাভ কৰিছে। ১৯ আগষ্ট তাৰিখে অনুষ্ঠিত হোৱা দ্বিতীয়খন খেলত উৰাৰভূই দ্বিতীয় দল পুৰানদিয়াৰা দলক ৩-১ গেমৰ ব্যৱধানত পৰাস্ত কৰিছিল। এতিয়ালৈ দ্বিতীয় ৰাউণ্ডত প্ৰবেশ কৰা দল কেইটা ক্ৰমে উৰাৰভূই, উৰাৰভূই-২ আৰু পেচাৰকান্দি দল।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments