Wednesday, October 15, 2025
Google search engine
গৃহক্ৰীড়াএইছ পি এলত এম্বুলেঞ্চ এলেভেনৰ হাতত পৰাস্ত শ্বিলা ইলেক্ট্ৰনিকছ

এইছ পি এলত এম্বুলেঞ্চ এলেভেনৰ হাতত পৰাস্ত শ্বিলা ইলেক্ট্ৰনিকছ

হাটশিঙিমাৰী প্ৰিমিয়াম লীগ চমুকৈ এইচ পিএলৰ ১৩ নম্বৰ খেলখন কালি সন্ধিয়া ৯.৩০ বজাৰ পৰা এম্বুলেঞ্চ 11 (ইলেভেন) ষ্টাৰ আৰু শ্বিলা ইলেক্ট্ৰনিকছৰ মাজত অনুষ্ঠিত হৈছে। খেলখনত এম্বুলেঞ্চ 11 জয়লাভ কৰিছে। এইচ পি এলৰ ১৪ নম্বৰ খেলখন আজিৰ খেলখন সন্ধিয়া ৯.৩০ বজাৰ পৰা ফেকামাৰী ফাইটাৰ্চ আৰু হাটশিঙিমাৰী জুনিয়ৰৰ মাজত অনুষ্ঠিত হৈ আছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments