Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়দক্ষিণ শালমাৰাৰ মহামায়াচৰত ১০ টা চোৰাং গৰু জব্দ

দক্ষিণ শালমাৰাৰ মহামায়াচৰত ১০ টা চোৰাং গৰু জব্দ

দক্ষিণ শালমাৰা থানা এলেকাৰ অধীনস্থ মহামায়া চৰত দেওবাৰে পুৱতি নিশা ৪৯ নং বেটেলিয়ান বিএছএফে নদী সীমান্তৰ পৰা ১০ টা চোৰাং গৰু জব্দ কৰিছে। প্ৰাপ্ত বাতৰি মতে বিএছএফৰ জোৱান সকলে সীমান্তত টহল দি থকা অৱস্থাত সৰবৰাহকাৰীৰ দল এটা গৰু কেইটা নদী সীমান্তয়েদি বাংলাদেশলৈ নিয়া অৱস্থাত বিএছএফে পশুধন কেইটা জব্দ কৰে যদিও সৰবৰাহকাৰীৰ দলটো পলায়ন কৰিছে বুলি জানিব পৰা গৈছে। বিএছএফে গৰু কেইটা জব্দ কৰি আৰক্ষীক গতাই দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments