Sunday, July 6, 2025
Google search engine
গৃহস্থানীয়মানকাচৰ-বাংলাদেশ সীমান্তত অবৈধ সুৰা জব্দ

মানকাচৰ-বাংলাদেশ সীমান্তত অবৈধ সুৰা জব্দ

মানকাচৰ-বাংলাদেশ সীমান্তত আজি বিএছএফে ৯২ বটল অবৈধ বিলাতী সুৰা জব্দ কৰিছে। প্ৰাপ্ত বাতৰি মতে চোৰাং সৰবৰাহকাৰী অবৈধ বিলাতী সুৰাখিনি বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ সীমান্তৰ কাটাতাৰৰ ওচৰত অনাৰ লগে লগে বিএছএফে সৰবৰাহকাৰীজনক খেদা মাৰে। ফলত সুৰাখিনি এৰি সৰবৰাহকাৰী পলায়ন কৰে। বিএছএফে সুৰাখিনি জব্দ কৰিছে। সীমান্তৰ জোৰডাঙা বৰ্মণপাৰা বিএছএফ কেম্প এলেকাত সংঘটিত হৈছে এই ঘটনা।  

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments