Friday, July 11, 2025
Google search engine
গৃহস্থানীয়ফকিৰগঞ্জত খহনীয়া, বিধায়কক সমালোচনা

ফকিৰগঞ্জত খহনীয়া, বিধায়কক সমালোচনা

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত পুনৰ লুইতৰ খহনীয়াই ৰুদ্ৰ ৰূপ ধাৰণ কৰাত অঞ্চলবাসীৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে আৱণ্টন দিয়া প্ৰায় ১০ কোটি টকাৰ জিঅ বেগৰ কাম কৰা হৈছিল। কিন্তু ব্ৰহ্মপুত্ৰত পানী বৃদ্ধি পোৱাৰ ফলত মাত্ৰ এটা সপ্তাহৰ ভিতৰতে ১০ কোটি টকাৰ জিঅ বেগৰ কাম উটি যোৱা ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি কৰিছে। আজি স্থানীয় বিধায়ক ওৱাজেদ আলী চৌধুৰী ফকিৰগঞ্জ অঞ্চলত পৰিদৰ্শন কৰি খহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শন কৰে। বিধায়ক ওৱাজেদ আলী চৌধুৰী খহনীয়া পৰিদৰ্শন কৰিবলৈ আহি জিঅ বেগৰ কামক লৈ নৈপৰীয়া জনতাৰ সমালোচনাৰ সম্মুখীন হবলগীয়া হয়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments