Friday, February 13, 2026
Google search engine
গৃহস্থানীয়ৰাজ্যপালৰ মানকাচৰ ভ্ৰমণ বাতিল

ৰাজ্যপালৰ মানকাচৰ ভ্ৰমণ বাতিল

হাটশিঙিমাৰীত দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া অহাৰ কথা আছিল। ইতিমধ্যে জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পন্ন কৰি তুলিছে। কিন্তু কিছু সময় পূৰ্বে ৰাজ্যপালৰ এই ভ্ৰমণ সূচী বাতিল কৰা হৈছে। জিলা প্ৰশাসনৰ পৰা এই বাতিলৰ খবৰ ইতিমধ্যে এম নিউজক নিশ্চিত কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments