Friday, October 18, 2024
Google search engine
গৃহশিক্ষা-প্ৰযুক্তিফকিৰগঞ্জত স্কুটী লাভ কৰা শিক্ষাৰ্থীক সম্ভৰ্ধনা

ফকিৰগঞ্জত স্কুটী লাভ কৰা শিক্ষাৰ্থীক সম্ভৰ্ধনা

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ হামিদাবাদ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা ২০২২ বৰ্ষত ১৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হায়াৰ চেকেণ্ডাৰী পৰীক্ষাত সুখ্যতীৰে উত্তীৰ্ণ হোৱাত তেওঁলোকক অসম চৰকাৰৰ ড০ বানিকান্ত কাকতি বটা প্ৰদান কৰা হৈছে। শিক্ষাৰ্থী সকলক স্কুটী প্ৰদান কৰি এই বটা প্ৰদান কৰা হৈছে। এই বটা লাভ কৰা শিক্ষাৰ্থী সকলক স্কুল খনৰ পৰা সম্বৰ্ধনা জনোৱা হয়। এই সম্বৰ্ধনা অনুষ্ঠানত স্কুল খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ সাহানুৰ ইছলাম মিয়া, প্ৰবক্তা নুৰুল ইছলাম, প্ৰবক্তা মীৰ আবুল কালাম আজাদ উপস্থিত আছিল।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments