Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়অধিবক্তা জাহাঙ্গীৰ আলম মণ্ডলক জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি হিচাপে নিযুক্তি

অধিবক্তা জাহাঙ্গীৰ আলম মণ্ডলক জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি হিচাপে নিযুক্তি

অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক মোস্তাক উদ্দিন আহমেদ আজি দক্ষিণ শালমাৰা-মানকাচৰ সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি হিচাপে অধিবক্তা জাহাঙ্গীৰ আলম মণ্ডলক নিযুক্তি প্ৰদান কৰিছে। জাহাঙ্গীৰ আলম মণ্ডলক এই সভাপতিৰ দায়িত্ব প্ৰদান কৰাত সমষ্টিখনৰ বিজেপিৰ কৰ্মী সকলে তেওঁক ফুলাম গামোছাৰে আদৰণি জনায়। আগন্তক পঞ্চায়ত নিৰ্বাচনত জিলাখনত বিজেপিয়ে যাতে ভাল ফলাফল দেখুওৱাব পাৰে তাৰ বাবে নব নিযুক্তি সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি গৰাকীয়ে কাম কৰি যাব বুলি সাংবাদিকক জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments