Friday, October 18, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত নিচাযুক্ত টেবলেট সহ গ্ৰেপ্তাৰ এজন

মানকাচৰত নিচাযুক্ত টেবলেট সহ গ্ৰেপ্তাৰ এজন

মানকাচৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। কালি সন্ধিয়াৰ ভাগত আৰক্ষীয়ে মিয়াপাৰাত অভিযান চলাই নাছিফ মিয়া নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ১২০ টা নিচাযুক্ত টেবলেট জব্দ কৰা হৈছে। আজি পুৱাৰ ভাগত ড্ৰাগছ সৰবৰাহকাৰীটোক জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰাত আদালতে ধুবুৰী জেললৈ প্ৰেৰণ কৰে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments