Saturday, February 28, 2026
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত ষ্টাৰ মেজিকেল ডাইগোনেষ্টিক এণ্ড ৰিচাৰ্জ চেণ্টাৰৰ শুভ উদ্ধোধন

হাটশিঙিমাৰীত ষ্টাৰ মেজিকেল ডাইগোনেষ্টিক এণ্ড ৰিচাৰ্জ চেণ্টাৰৰ শুভ উদ্ধোধন

জিলাৰ সদৰ হাটশিঙিমাৰীত আজি নতুনকৈ ষ্টাৰ মেজিকেল ডাইগোনেষ্টিক এণ্ড ৰিচাৰ্জ চেণ্টাৰ আনুষ্ঠানিক ভাবে মুকলি কৰা হয়। হাটশিঙিমাৰী জিলা উপায়ুক্ত বিদ্যুত বিকাশ ভাগৱতীয়ে আজি দিনৰ প্ৰায় ২ বজাত এই ষ্টাৰ মেডিকেলৰ শুভ উদ্ধোধন কৰে। এই কাৰ্যসূচীক জিলা উপায়ুক্ত বিদ্যুত বিকাশ ভাগৱতী, হাটশিঙিমাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বখতিয়াৰ খিলজী, জিলা বিজেপিৰ প্ৰাক্তন সভাপতি আবু নাছিৰ মোল্লা উপস্থিত আছিল। কেবল  মহিলা কৰ্মচাৰীৰ দ্বাৰা ষ্টাৰ মেডিকেল পৰিচালনা কৰা হব বুলি কতৃপক্ষই জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments