Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়ছালাপাৰা-বাংলাদেশ সীমান্তত এহেজাৰ বটল অবৈধ সুৰা জব্দ

ছালাপাৰা-বাংলাদেশ সীমান্তত এহেজাৰ বটল অবৈধ সুৰা জব্দ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ অধীনস্থ ছালাপাৰা বিএছএফ কেম্প এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তত আজি ৪৯ নং বেটেলিয়ান বিএছএফে ১০০৮ বটল অবৈধ সুৰা জব্দ কৰিছে। বিএছএফে জব্দ কৰা সুৰাখিনি চোৰাং সৰবৰাহকাৰীয়ে উন্মক্ত নদী সীমান্তয়েদি বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ আনিছিল। বিএছএফে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই বিলাতী সুৰাখিনি জব্দ কৰে যদিও বিএছএফৰ অভিযানৰ উমান পাই সৰবৰাহকাৰীটো পলায়ন কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments