Sunday, September 15, 2024
Google search engine
গৃহস্থানীয়মানকাচৰৰ কুকুৰমাৰাত নিচাযুক্ত টেবলেট জব্দ

মানকাচৰৰ কুকুৰমাৰাত নিচাযুক্ত টেবলেট জব্দ

মানকাচৰৰ-বাংলাদেশ সীমান্তৰ কুকুৰমাৰা বিএছএফ কেম্প এলেকাৰ ওখৰাবাৰীত আজি বিএছএফে এক অভিযানৰ জৰিয়তে ২২০০ টা নিচাযুক্ত টেবলেট জব্দ কৰিছে। Yuba ( য়ুবা) নামৰ নিচাযুক্ত টেবলেটৰ খিনি সৰবৰাহকাৰীয়ে কাইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাংলাদেশলৈ দলিয়াই দিবলৈ ধৰাত বিএছএফে খেদা মৰাত সৰবৰাহকাৰীটো পলায়ন কৰে যদিও বিএছএফে নিচাযুক্ত টেবলেখিনি জব্দ কৰিবলৈ সক্ষম হয়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments