Tuesday, September 17, 2024
Google search engine
গৃহস্থানীয়ঈদৰ বাবে দৰিদ্ৰ লোকক বস্ত্ৰ আৰু খাদ্য সামগ্ৰী বিতৰণ

ঈদৰ বাবে দৰিদ্ৰ লোকক বস্ত্ৰ আৰু খাদ্য সামগ্ৰী বিতৰণ

দক্ষিণ শালমাৰা-মানকাচৰ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী অধিবক্তা হেলমিনা বেগমে আজিৰ পৰা মলাখোৱা গাওঁ পঞ্চায়ত এলেকাৰ অধীনত থকা দৰিদ্ৰ লোকক ঈদৰ বাবে বস্ত্ৰ আৰু খাদ্য সামগ্ৰী বিতৰণ আৰম্ভ কৰিছে। আজি পঞ্চায়ত খনৰ প্ৰায় অৰ্ধ শতাধিক দৰিদ্ৰ লোকক বস্ত্ৰ আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে। ঈদৰ দিনলৈকে অধিবক্তা গৰাকীয়ে পঞ্চায়ত খনৰ অধীনত সহস্ৰাধিক দৰিদ্ৰ লোকক বস্ত্ৰ আৰু খাদ্য সামগ্ৰী বিতৰণ কৰিব বুলি জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments