Monday, September 16, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত এআইইউডিএফৰ ইফতাৰ

মানকাচৰত এআইইউডিএফৰ ইফতাৰ

মানকাচৰৰ চহৰৰ কাষতে থকা শান্তিপুৰত আজি বিধায়ক আমিনুল ইছলামৰ উপস্থিত ইফতাৰৰ আয়োজন কৰা হয়। প্ৰায় দুই শতাধিক লোকৰ উপস্থিতিত ৰৌশন বাবুৰ ঘৰত এআইইউডিএফ দলে এই ইফাতাৰৰ আয়োজন কৰে। ইফতাৰৰ সময়ত বিধায়ক আমিনুল ইছলাম সহ জিলাখনৰ কেবাগৰাকী জেষ্ঠ্য নেতা উপস্থিত থাকে। বিধায়ক গৰাকী প্ৰায় প্ৰতিদিনে সমষ্টিটোৰ বিভিন্ন এলেকাত এইদৰে ইফতাৰত অংশগ্ৰহন কৰি অহা পৰিলক্ষিত হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments