Saturday, July 27, 2024
Google search engine
গৃহসাহিত্যবাংলাদেশ সীমান্তত অবৈধ সুৰা জব্দ

বাংলাদেশ সীমান্তত অবৈধ সুৰা জব্দ

দক্ষিণ শালমাৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰ মহামায়াচৰত আজি পুৱাৰ ভাগত ৪৯ নং বেটেলিয়ান বিএছএফে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই ৪৯০ বটল অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে। সুৰা খিনি চোৰাং সৰবৰাহকাৰীয়ে উন্মক্ত নদী সীমান্তয়েদি বাংলাদেশলৈ সৰবৰাহৰ বাবে আনিছিল বুলি বিএছএফ সুত্ৰে জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments