Saturday, September 14, 2024
Google search engine
গৃহক্ৰীড়াকাইলৈৰ পৰা এইচ পি এলৰ কোৱাৰ্টাৰ ফাইনেল । প্ৰথম কোৱাৰ্টাৰত শান্তিপুৰৰ মুখামুখি...

কাইলৈৰ পৰা এইচ পি এলৰ কোৱাৰ্টাৰ ফাইনেল । প্ৰথম কোৱাৰ্টাৰত শান্তিপুৰৰ মুখামুখি হব জ্ঞান বিকাশ একাডেমী

হাটশিঙিমাৰী প্ৰিমিয়াম লীগ ছিজন-২ ৰ দুটা পৰ্যায়ৰ খেল সম্পন্ন হৈছে। কাইলৈৰ পৰা তৃতীয় পৰ্যায়ৰ খেল আৰম্ভ হব। কাইলৈ ছুপাৰ ষ্ট্ৰাইকাৰ শান্তিপুৰ আৰু হাটশিঙিমাৰী জ্ঞান বিকাশ একাডেমীৰ মজত প্ৰথমটো কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হব। একেদৰে ১৭ এপ্ৰিলত দাফাদাৰপাৰা নাইন ষ্টাৰ আৰু হাটশিঙিমাৰী গ্লোবেল ইড্যুকেশ্বনৰ মাজত দ্বিতীয় কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হব। ১৮ এপ্ৰিলত এম্বুলেঞ্চ নাইন ষ্টাৰ আৰু ডমিনেটৰ্চ এফ চিৰ মাজত তৃতীয় কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হব। আৰু ২০ এপ্ৰিলত হাটশিঙিমাৰী বি.জে.ওৱাই.এম আৰু ভূৰাকাটা ক্ৰিকেট দলৰ মাজত চতুৰ্থ কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হব। ২০ এপ্ৰিললৈ চাৰিটা কোৱাৰ্টাৰ ফাইনেল শেষ হোৱাৰ পাচত দুটা ছেমিফাইনেল আৰু ফাইনেল খেল অনুষ্ঠিত হব। ছেমি ফাইনেল আৰু ফাইনেলৰ বাবে এতিয়ালৈ সময়সূচী নিৰ্ধাৰন কৰা হোৱা নাই যদিও ইদৰ পাচতহে উক্ত খেলসমূহ অনুষ্ঠিত কৰা হব বুলি এইচ পি এল কতৃপক্ষই জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments