Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়এছ ইউ চি আইৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা বাৰ্ষিকী, হাটশিঙিমাৰী প্ৰেছ ক্লাৱত আলোচনা...

এছ ইউ চি আইৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা বাৰ্ষিকী, হাটশিঙিমাৰী প্ৰেছ ক্লাৱত আলোচনা চক্ৰ

এছ ইউ চি আই (SUCI) কমিউনিষ্ট দলৰ আজি ৭৫ তম প্ৰতিষ্ঠা বাৰ্ষিকী উপলক্ষে হাটশিঙিমাৰী প্ৰেছ ক্লাৱত এক জিলাভিত্তীক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। দিনৰ ১২ বজাৰ পৰা বিয়লি ৩ বজালৈ অনুষ্ঠিত হোৱা এই জিলা ভিত্তীক আলোচনা চক্ৰত দলটোৰ জিলা জেষ্ঠ্য নেতা তথা কমৰেড সকলৰ লগতে কৰ্মী সকল উপস্থিত থাকে। এছ ইউ চি আইৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলা কমিটিৰ উদ্যোগত এই জিলাভিত্তীক আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়। দলটোৰ জন্ম তথা গঠন সম্পৰ্কে এই আলোচনা সভাত বিস্তাৰিত ভাবে আলোচনা কৰা হয়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments