Friday, October 18, 2024
Google search engine
গৃহস্থানীয়সুখচৰৰ ফাত্তাপাৰাত কংগ্ৰেছৰ ইফতাৰ কাৰ্যসূচী

সুখচৰৰ ফাত্তাপাৰাত কংগ্ৰেছৰ ইফতাৰ কাৰ্যসূচী

সুখচৰৰ ফাত্তাপাৰাত বুধবাৰে কংগ্ৰেছৰ উদ্যোগত এক ইফতাৰৰ আয়োজন কৰা হৈছিল। দক্ষিণ শালমাৰা-মানকাচৰ জিলা মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী অধিবক্তা হেলমিনা বেগম আৰু মলাখোৱা মণ্ডল কংগ্ৰেছৰ কমিটিৰ সভাপতি আলী আকবৰৰ নেতৃত্বত দুই শতাধিক কংগ্ৰেছ কৰ্মীৰ উপস্থিত এই ইফাতাৰৰ আয়োজন কৰা হয়। অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক মহিবুৰ ৰহমান মণ্ডল এই ইফতাৰ পাৰ্টিত অংশগ্ৰহন কৰিছিল। এই ইফতাৰৰ জৰিয়তে বিশ্ব শান্তিৰ বাবে দোৱা কৰা হয়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments