Thursday, January 15, 2026
Google search engine
গৃহস্থানীয়দক্ষিণ শালমাৰাত অগ্নিকাণ্ড

দক্ষিণ শালমাৰাত অগ্নিকাণ্ড

দক্ষিণ শালমাৰাৰ ৰাভাটাৰীত আজি এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ ৫ টা ঘৰ ভস্মীভূত হৈ প্ৰায় ১৫ লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি সাধন হয়।  সাহাবুদ্দিন নামৰ লোকজনৰ যাৱতীয় নথিপত্ৰ নষ্ট হৈ পৰাত তেওঁ গৃহহীন হৈ পৰিছে। বিদ্যুত বিজুতি ঘটি অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। অগ্নিকাণ্ডৰ ফলত এগৰাকী মহিলা অগ্নিদদ্ধ হৈ আহত হৈছে। মেঘালয়ৰ অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments