Saturday, February 14, 2026
Google search engine
গৃহস্থানীয়বাংলাদেশ সীমান্তৰ মহামায়া চৰত যন্ত্ৰ চালিত নাও সহ ১১ টা চোৰাং গৰু...

বাংলাদেশ সীমান্তৰ মহামায়া চৰত যন্ত্ৰ চালিত নাও সহ ১১ টা চোৰাং গৰু জব্দ

দক্ষিণ শালমাৰা-বাংলাদেশ সীমান্তৱৰ্তী মহামায়াচৰত ৪৯ নং বেটেলিয়ান বিএছএফে চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই এটা যন্ত্ৰচালিত নাওঁ সহ ১১ টা চোৰাং গৰু জব্দ কৰিছে। চোৰাং গৰু কেইটা নদী পথেৰে মহামায়াচৰত আনি উন্মক্ত চৰ সীমান্তয়েদি বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ ধৰাত বিএছএফে নাওঁ সহ গৰু কেইটা জব্দ কৰে যদিও সৰবৰাহকাৰী দলটো পলায়ন কৰিছে। উন্মক্ত নদী সীমান্তয়েদি বাংলাদেশলৈ পুনৰ ভয়াবহ ভাবে গৰুৰ চোৰাং কাৰবাৰ বৃদ্ধি পাবলৈ ধৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments