Friday, October 18, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীৰ দয়াৰচৰত ৪টা চোৰাং গৰু সহ গ্ৰেপ্তাৰ এজন

হাটশিঙিমাৰীৰ দয়াৰচৰত ৪টা চোৰাং গৰু সহ গ্ৰেপ্তাৰ এজন

হাটশিঙিমাৰী-বাংলাদেশ সীমান্তৱৰ্তী কানাইমাৰাৰ দয়াৰচৰত কালি নিশা প্ৰায় ১১ বজাত খাৰুৱাবান্ধা আৰক্ষী অভিযান চলাই চাৰিটা চোৰাং গৰু সহ এটা গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছে। ধৃত গৰু সৰবৰাহকাৰীটোক আমিনুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। আজি খাৰুৱাবান্ধা আৰক্ষী সৰবৰাহকাৰীটোক জিলা আদালতত হাজিৰ কৰাত আদালতে ধুবুৰী জেললৈ প্ৰেৰণ কৰিছে বুলি জনা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments