Saturday, July 12, 2025
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰী উপায়ুক্তৰ কাৰ্যালয়ত আৰক্ষীৰ বৈঠক

হাটশিঙিমাৰী উপায়ুক্তৰ কাৰ্যালয়ত আৰক্ষীৰ বৈঠক

জিলাৰ সদৰ হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত কালি দূপৰীয়া জিলা আৰক্ষীৰ সৈতে জিলাখনৰ প্ৰতিখন থানা আৰু আৰক্ষী চকীৰ আৰক্ষী বিষয়া সকলৰ সৈতে এক বিশেষ বৈঠক অনুষ্ঠিত কৰা হয়। জিলাখনত বিভিন্ন অপৰাধ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত জিলা আৰক্ষীয়ে থানা আৰু আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত ভালকৈ কাম কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে। একেদৰে জিলাখনত ভালকৈ কাম কৰা আৰক্ষীক মানপত্ৰৰে সন্মানিত কৰা হয়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments