Tuesday, July 1, 2025
Google search engine
গৃহস্থানীয়মানকাচৰৰ নৱ নিৰ্বাচিত ৩৫ জন কাউন্সিলাৰৰ তালিকা

মানকাচৰৰ নৱ নিৰ্বাচিত ৩৫ জন কাউন্সিলাৰৰ তালিকা

১ নং ঝগৰাৰচৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে কংগ্ৰেছ প্ৰাৰ্থী ছুহানা মণ্ডলৰ জয়লাভ

২ নং কাকৰিপাৰা আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে নিৰ্দলীয় প্ৰাৰ্থী ফৰিদুল ইছলাম জয়লাভ কৰিছে

৩ নং ঠাকুৰাণবাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে কংগ্ৰেছ প্ৰাৰ্থী সুৰজ মিঞা জয়লাভ কৰিছে

৪ নং মানকাচৰ পশ্চিম আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে কংগ্ৰেছ প্ৰাৰ্থী নিলুফা ইয়াচমিন জয়লাভ কৰিছে

৫ নং মানকাচৰ বজাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে বিজেপি প্ৰাৰ্থী ৰূপালী পাল জয়লাভ কৰিছে

৬ নং মানকাচৰ পূৱ আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে কংগ্ৰেছ প্ৰাৰ্থী হেনা বেগম জয়লাভ কৰিছে

৭ নং কুচনিমাৰা-জোৰডাঙা আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে অগপ প্ৰাৰ্থী মাশূদা খাতুন জয়লাভ কৰিছে

৮ নং ঝাউডাঙা আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে নিৰ্দলীয় প্ৰাৰ্থী ৰাকিদা বেগম জয়লাভ কৰিছে

৯ নং ঝালোৰচৰ-নয়াগাঁও আঞ্চলিক পঞ্চায়তৰ সদস্যা অগপৰ প্ৰাৰ্থী নাৰগিছ খান জয়লাভ কৰিছে

১০ নং বেঙেৰভিটা আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে এআইইউডিএফৰ প্ৰাৰ্থী ছলেমান হক জয়লাভ কৰিছে

১১ নং বাঘাপাৰা আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে কংগ্ৰেছৰ প্ৰাৰ্থী মমতাজ বেগম জয়লাভ কৰিছে

১২ নং পানকাটা আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে কংগ্ৰেছৰ প্ৰাৰ্থী স্মৃতিয়াৰা ছুলতানা জয়লাভ কৰিছে

১৩ নং কালাপানী আঞ্চলিক পঞ্চায়তৰ সদস্যা কংগ্ৰেছ প্ৰাৰ্থী আকলিমা খাতুন জয়লাভ কৰিছে

১৪ নং ধানুৱা আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে অগপ প্ৰাৰ্থী ৰৌশনাৰা বেগম জয়লাভ কৰিছে

১৫ নং মানুল্ল্যাপাৰা আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে কংগ্ৰেছৰ প্ৰাৰ্থী ৰুবিয়া খাতুন জয়লাভ কৰিছে

১৬ নং ভূৰাকাটা আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে কংগ্ৰেছৰ প্ৰাৰ্থী আজমিনা খাতুন জয়লাভ কৰিছে

১৭ নং পাথুৰীয়া আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে অগপৰ প্ৰাৰ্থী তাৰা শইকীয়া জয়লাভ কৰিছে

১৮ নং কুকুৰমাৰা আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে অগপ প্ৰাৰ্থী নাজিৰা বেগম জয়লাভ কৰিছে

১৯ নং কঠালবাৰী আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে নিৰ্দলীয় প্ৰাৰ্থী ছাবিনা ইয়াচমিন জয়লাভ কৰিছে

২০ নং পুৰাণদিয়াৰা আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে অগপ প্ৰাৰ্থী নুৰ আমিন জয়লাভ কৰিছে

২১ নং কানাইমাৰা আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে কংগ্ৰেছৰ প্ৰাৰ্থী আখতাৰা জাহান জয়লাভ কৰিছে

২২ নং ফেকামাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে কংগ্ৰেছ প্ৰাৰ্থী আবুল কাশেম জয়লাভ কৰিছে

২৩ নং ফুলেৰচৰ আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল মোন্নাফ জয়লাভ কৰিছে

২৪ নং মালিৰ আলগা আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে কংগ্ৰেছ প্ৰাৰ্থী মাশূদা বেগম জয়লাভ কৰিছে

২৫ নং বৰাইৰ আলগা আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে কংগ্ৰেছৰ প্ৰাৰ্থী কমলা খাতুন জয়লাভ কৰিছে

২৬ নং সুখচৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে কংগ্ৰেছৰ প্ৰাৰ্থী মনিৰুল ইছলাম জয়লাভ কৰিছে

২৭ নং মলাখোৱা আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে নিৰ্দলীয় খোৰশেদুল ইছলাম মণ্ডলৰ জয়লাভ

২৮ নং গোটাবাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে কংগ্ৰেছ প্ৰাৰ্থী মামুন শ্বাহ জয়লাভ কৰিছে

২৯ নং হাজিৰহাট আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে কংগ্ৰেছৰ প্ৰাৰ্থী আতেজা খাতুন জয়লাভ কৰিছে

৩০ নং পাটাকাটা আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে নিৰ্দলীয় প্ৰাথী জেছমিন খাতুনৰ জয়লাভ কৰিছে

৩১ নং টুমনি আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে এআইইউডিএফৰ প্ৰাৰ্থী ছোমেৰ আলী জয়লাভ কৰিছে

৩২ নং মনিৰচৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে কংগ্ৰেছৰ প্ৰাৰ্থী আৰ্জিনা খাতুন জয়লাভ কৰিছে

৩৩ নং বালাডোবা আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল বাৰেকৰ জয়লাভ

৩৪ নং দক্ষিণ শালমাৰা আঞ্চলিক পঞ্চায়তৰ সদস্যা হিচাপে কংগ্ৰেছ প্ৰাৰ্থী হোছেনাৰা ইছলামৰ জয়লাভ

৩৫ নং ছেবলটাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে কংগ্ৰেছৰ আনোৱাৰ হুছেইনৰ জয়লাভ

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments