Thursday, February 12, 2026
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত বিশ্ব ধঁপাত বিৰোধী দিৱস

হাটশিঙিমাৰীত বিশ্ব ধঁপাত বিৰোধী দিৱস

ডিজিটেল সংবাদ, হাটশিঙিমাৰীঃ-আজি বিশ্ব ধঁপাত বিৰোধী দিৱস। দেশ তথা ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো আজি জিলা স্বাস্থ্য বিভাগৰ পৰা ধঁপাত বিৰোধী দিৱস উদযাপন কৰা হয়।  বিশেষকৈ জিলাৰ সদৰ হাটশিঙিমাৰী জিলা যুটীয়া সেৱা স্বাস্থ্য সঞ্চালকৰ উদ্ধোগত জিলা খনৰ শতাধিক স্বাস্থ্য কৰ্মী আজি দিনৰ প্ৰায় ২ বজাত হাতে হাতে প্লেকাৰ্ড, বেনাৰ লৈ এক বিশাল শোভাযাত্ৰা উলিয়ায়। জিলা খনৰ নৱ প্ৰজন্মৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ লোক ধঁপাত পৰিত্যাগ কৰি নিজৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰাখিবলৈ এই শোভাযাত্ৰাৰ জৰিয়তে ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰা হয়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments