Monday, July 22, 2024
Google search engine
গৃহস্থানীয়বিয়লি ৫ বজালৈ মানকাচৰত ভোটদানৰ হাৰ ৮৬.৪৮ শতাংশ

বিয়লি ৫ বজালৈ মানকাচৰত ভোটদানৰ হাৰ ৮৬.৪৮ শতাংশ

ডিজিটেল সংবাদ, হাটশিঙিমাৰীঃ- মানকাচৰত বিয়লি ৫ বজালৈ ভোটদানৰ হাৰ ৮৪.৪৮ শতাংশ হৈছে। ৫ বজাৰ লগে লগে ভোটগ্ৰহন কেন্দ্ৰ সমূহত শাৰি পাতি থিয় হৈ থকা ভোটাৰ সকল প্ৰিজাইডিং বিষয়াই টোকন বিতৰণ কৰিছে। ৫ বজাৰ ভিতৰত টোকন লাভ কৰা ভোটাৰ সকলে আজি ভোটদান কৰিব পাৰিব। ৫ বজাত টোকন দিয়াৰ পাচত নতুনকৈ কোনো লোক শাৰি পাতিলেও তোলোক ভোটদান কৰিব নোৱাৰিব। ইতিমধ্যে জিলাখনত শতাংশ ভোটদান হোৱাত জিলাখন ৯০ শতাংশৰ ওপৰত ভোটদানৰ হাৰ হব বুলি জিলা প্ৰশাসন প্ৰায় নিশ্চিত হৈছে। লক্ষণীয় যে, ভোটদানৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশমতে জিলা প্ৰশাসনে কেবাটাও ভোটাৰ সজাগতামূলক কাৰ্যসূচী দীৰ্ঘদিনে ৰূপায়ন কৰি আহিছিল। লক্ষণীয় যে, পূৰ্বৰ পৰাই জিলাখনৰ মানকাচৰ সমষ্টিত ভোটদানৰ হাৰ ৯০-৯৪ শতাংশলৈ হয়। এইবেলি একেই থাকিব বুলি আশা প্ৰকাশ কৰা হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments