Thursday, January 15, 2026
Google search engine
গৃহস্থানীয়নতুন ভোটাৰৰ মাজত সজাগতা অনাৰ বাবে হাটশিঙিমাৰীত নিৰ্বাচনী বিভাগৰ মটৰ চাইকেল ৰেলী

নতুন ভোটাৰৰ মাজত সজাগতা অনাৰ বাবে হাটশিঙিমাৰীত নিৰ্বাচনী বিভাগৰ মটৰ চাইকেল ৰেলী

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা মানকাচৰলৈ জিলা নিৰ্বাচনী বিভাগে এক মটৰ চাইকেল ৰেলী উলিয়াই নতুন ভোটাৰৰ মাজত সজাগতা অনাৰ প্ৰয়াস চলায়। উল্লেখযোগ্য যে হাটশিঙিমাৰী নিৰ্বাচনী বিষয়া কিষাণ চ’ৰৈ ত্ৰিপাৰৰ নেতৃত্বত গুৱাহাটী ৰোড ষ্টাৰ ৰাইডাৰৰ সহযোগত এই মটৰ চাইকেল ৰেলী উলিওৱা হয়। নতুনকৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰিবলৈ নৱ প্ৰযন্মৰ মাজত সজাগতা অনাৰ বাবে এই মটৰ চাইকেল ৰেলী উলিওৱা হয় বুলি হাটশিঙিমাৰী নিৰ্বাচনী বিষয়া কিষাণ চ’ৰৈ ত্ৰিপুৰাই জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments