Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়মানকাচৰ-বাংলাদেশ সীমান্তত অব্যাহত আছে পশুধনৰ চোৰাং কাৰবাৰ, সুখচৰ ৮ টা ম’হ জব্দ

মানকাচৰ-বাংলাদেশ সীমান্তত অব্যাহত আছে পশুধনৰ চোৰাং কাৰবাৰ, সুখচৰ ৮ টা ম’হ জব্দ

মানকাচৰ-বাংলাদেশ সীমান্তয়েদি পশুধনৰ চোৰাং কাৰবাৰ অব্যাহত আছে। হাটশিঙিমাৰীত কালি খাৰুৱাবান্ধা আৰক্ষীয়ে ২০ টা চোৰাং পশুধন সহ চাৰি পশুধন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ পাচত আজি পুৱতি নিশা সুখচৰ আৰক্ষীয়ে ঢালুৱামাৰী এলেকাত ৮ টা চোৰাং ম’হ জব্দ কৰিছে। জব্দ কৰা ম’হ কেইটা চোৰাং সৰবৰাহকাৰীয়ে নদী পথেৰে বাংলাদেশ সীমান্তলৈ নিয়াৰ বাবে আনিছিল। আৰক্ষীক দেখি সৰবৰাহকাৰীৰ দলটো পলায়ন কৰে যদিও আৰক্ষীয়ে ম’হ কেইটা জব্দ কৰিবলৈ সক্ষম হয়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments