Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়অষ্টমীৰ মাজত ফকিৰগঞ্জত অবৈদ বিলাতী সুৰা জব্দ

অষ্টমীৰ মাজত ফকিৰগঞ্জত অবৈদ বিলাতী সুৰা জব্দ

শাৰদীয় দুৰ্গাপূজা উদযাপনৰ সময়ত কোনো উদণ্ড লোক যাতে সুৰা পান বিশৃংখল পৰিবেশৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ফকিৰগঞ্জত আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে ঠায়ে ঠায়ে অভিযান আৰম্ভ কৰিছে। আজি বিয়লিৰ ভাগত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা ফকিৰগঞ্জলৈ সৰবৰাহ কৰিবলৈ অনা ১৫০ বটল অবৈধ সুৰা ফকিৰগঞ্জ আৰক্ষীয়ে জব্দ কৰিছে। অবৈধ সুৰা জব্দ অভিযানৰ সয়মত আৰক্ষীক দেখি সুৰা সৰবৰাহকাৰী জন পলায়ন কৰা বুলি আৰক্ষী সুত্ৰে জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments