Tuesday, September 17, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত শান্তিপূৰ্ণ ভাবে সমাপ্ত হ'ল সপ্তমী । কাইলৈ মহা অষ্টমী

মানকাচৰত শান্তিপূৰ্ণ ভাবে সমাপ্ত হ’ল সপ্তমী । কাইলৈ মহা অষ্টমী

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ৪২ খন মন্দিৰত অনুষ্ঠিত হৈ থকা দূৰ্গোতসৱৰ বাবে আজি সপ্তমী পুজা অনুষ্ঠিত কৰা হয়। সপ্তমী উপলক্ষে পুৱা পৰম্পৰাগত ৰীতি নীতিৰে দেৱীক মহা শ্নান কৰাৰ পাচত আৰাধণা কৰা হয়। স্থানীয় ভক্তপ্ৰাণ লোক সকলে নিজৰ নিজৰ এলেকাত থকা মন্দিৰৰ পূজাস্থলীত উপস্থিত হৈ পুস্পাঞ্জলী দি দেৱীৰ আশীষ গ্ৰহন কৰে। হাটশিঙিমাৰী পাশ্ববৰ্তী মেঘালয়ৰ হেলিডেগঞ্জ থানা এলেকাৰ অধীনতো আজি ১৮ খন মন্দিৰত দূৰ্গোতসৱৰ সপ্তমী পুজা অনুষ্ঠিত কৰা হয়। মেঘালয়ৰ এই ১৮ খন পূজা মণ্ডপত মেঘালয়ৰ লগতে অসমৰ লোক সকলেও দূৰ্গোতসৱ উদযাপন কৰে। মানকাচৰৰ লগতে মেঘালয়তো প্ৰতি বছৰ হিন্দু আৰু মুছলমান লোক সকলে একেলগে  দূৰ্গোতসৱ উদযাপন কৰে। শিঙিমাৰী গোবিন্ধো মন্দিৰত ৫৭ বছৰ ধৰি দুৰ্গা পূজাৰ অনুষ্ঠিত কৰি অহাৰ লগতে টিলাপাৰা মন্দিৰত ১৬ বছৰ ধৰি দুৰ্গাপূজা উদযাপন কৰি অহা হৈছে। আজি স্থানীয় শ্বেলশ্বেলা সমষ্টিৰ বিধায়ক আৰবিন মাৰাক হেলিডেগঞ্জৰ পুজা মণ্ডপ সমূহত পৰিদৰ্শন কৰে। বিধায়ক গৰাকী গোবিন্ধো মন্দিৰত উপস্থিত হৈ ভাষণ প্ৰদান কৰে। বিধায়ক গৰাকীৰ উপস্থিতিৰ সময়ত হেলিডেগঞ্জ এলেকাৰ বহু এন পি পি দলৰ নেতা-কৰ্মী উপস্থিত আছিল। এন পি পি দলৰ পৰা প্ৰথম বাৰৰ বাবে তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। হেলিডেগঞ্জ এলেকাৰ খোৱাপানীৰ সমস্যা দূৰ কৰিব বুলিও আজি গোবিন্ধো মন্দিৰত ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে মত প্ৰকাশ কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments