Wednesday, July 2, 2025
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত ২০ টা চোৰাং গৰু সহ গ্ৰেপ্তাৰ চাৰি সৰবৰাহকাৰী

হাটশিঙিমাৰীত ২০ টা চোৰাং গৰু সহ গ্ৰেপ্তাৰ চাৰি সৰবৰাহকাৰী

খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনস্থ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙাৰ ব্ৰহ্মপুত্ৰৰৰ পাৰত কালি সন্ধিয়া আৰক্ষীয়ে ২০ টা চোৰাং গৰু সহ চাৰি গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে সৰবৰাহকাৰী কেইজনক ইতিমধ্যে গ্ৰেপ্তাৰ হাটশিঙিমাৰী আদালতত হাজিৰ কৰাত আদালতে ধুবুৰী জেললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments