Monday, September 16, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীৰ কানাইমাৰাত হেৰ'ইন সহ গ্ৰেপ্তাৰ দুজন

হাটশিঙিমাৰীৰ কানাইমাৰাত হেৰ’ইন সহ গ্ৰেপ্তাৰ দুজন

খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনস্থ কানাইমাৰা প্ৰথম খণ্ড গাঁৱত কালি সন্ধিয়া প্ৰায় ৮ বজাত আৰক্ষীয়ে এক অভিযানৰ জৰিয়তে আজগৰ আলী নামৰ ড্ৰাগছ মাফিয়াৰ ঘৰৰ পৰা ৩৩ গ্ৰাম হেৰইন উদ্ধাৰ কৰি জব্দ কৰিছে। আৰক্ষীয়ে আজগৰ আলী আৰু মহিবুল ইছলাম নামৰ দুই ড্ৰাগছ ব্যৱসায়ীক আটক কৰি সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰিছে। আজি ড্ৰাগছ মাফিয়াদ্বয়ক হাটশিঙিমাৰী আদালতত হাজিৰ কৰাত আদালতে দুয়োক জেললৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments