Thursday, February 12, 2026
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীৰ দুই অতিৰিক্ত আয়ুক্তক অন্য জিলালৈ বদলি

হাটশিঙিমাৰীৰ দুই অতিৰিক্ত আয়ুক্তক অন্য জিলালৈ বদলি

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দুই অতিৰিক্ত আয়ুক্তক জিলাখনৰ পৰা বদলি কৰা হৈছে। জিলাখনৰ পৰা বদলি কৰা অতিৰিক্ত আয়ুক্ত দুগৰাকী হৈছে ড০ হিতেশ মজুমদাৰ আৰু বন্নি ইনাম শ্বাদ্দাব । অতিৰিক্ত আয়ুক্ত ড০ হিতেশ মজুমদাৰক ধিং উপ জিলালৈ পুনৰ অতিৰিক্ত আয়ুক্ত হিচাপে বদলি কৰাৰ লগতে অতিৰিক্ত আয়ুক্ত বন্নি ইনাম শ্বাদ্দাবক বিন্নাকান্দি উপ জিলালৈ বদলি কৰা হৈছে। অসম চৰকাৰৰ পাৰ্চনেল বিভাগে কালি এই নিৰ্দেশনা প্ৰদান কৰিছে। দুৰ্গাপূজাৰ পাচত দুয়ো জিলাখনৰ পৰা বদলি হোৱা উপ জিলালৈ যাব বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments