Thursday, September 19, 2024
Google search engine
গৃহস্থানীয়মানকাচৰৰ সুখচৰত ৮ টা চোৰাং মহ জব্দ

মানকাচৰৰ সুখচৰত ৮ টা চোৰাং মহ জব্দ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ অধীনস্থ পাইকৰকান্দি গাঁৱত যোৱা নিশা আৰক্ষীয়ে এক অভিযানৰ জৰিয়তে ৮ টা চোৰাং মহ জব্দ কৰিবলৈ সক্ষম হৈছে। এক গোপন সুত্ৰৰ ভিত্তীত সুখচৰ আৰক্ষী নিশা পাইকৰকান্দি গাঁৱত অভিযান চলায়। এনে সময়ত সৰবৰাহকাৰীৰ দল এটা মহ কেইটা চোৰাং ভাবে বাংলাদেশৰ ফালে নিবলৈ ধৰাত আৰক্ষীয়ে মহ কেইটা জব্দ কৰে যদিও সৰবৰাহকাৰীৰ দলটো সুখচৰ আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰে। সুখচৰ আৰক্ষীয়ে মহ কেইটা জব্দ কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments